নিশামণি হালৈৰ মৃত্যুত মুকালমুৱাৰ নৱজীৱন যুৱক সংঘ বিহু উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু
নলবাৰী, ২৫ এপ্ৰিল (হি.স.)। তামুলপুৰ - নাগ্ৰীজুলি পথৰ নোৱাখাটত যোৱা নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাতা নলবাৰীৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বিৰল প্ৰতিভাৰ অধিকাৰী নিশামণি হালৈ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। নিশামণি হালৈৰ মৃত্যুত স
নিশামণি হালৈৰ মৃত্যুত মুকালমুৱাৰ নৱজীৱন যুৱক সংঘ বিহু উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু


নলবাৰী, ২৫ এপ্ৰিল (হি.স.)। তামুলপুৰ - নাগ্ৰীজুলি পথৰ নোৱাখাটত যোৱা নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাতা নলবাৰীৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বিৰল প্ৰতিভাৰ অধিকাৰী নিশামণি হালৈ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। নিশামণি হালৈৰ মৃত্যুত সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মান। মুকালমুৱাৰ অন্তৰ্গত নৱজীৱন যুবক সংঘ দাগাপাৰা বিহু উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু।

নিশামনি হালৈ মৃত্যু গভীৰ শোক প্ৰকাশ দাগাপাৰা বিহু উদযাপন সমিতিৰ। সকলো সাজু হৈ উঠিছিল বিহু বাকৰি। শোকত ম্ৰিয়মান হৈ বিহু বাতিল দাগাপাৰা বিহু উদযাপন সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande