ৱল্ড মাষ্টাৰ্চ স্পৰ্টচ চেম্পিয়নশ্বিপচত জামুগুৰিহাটৰ বোৱাৰী সুদক্ষ খেলুৱৈ পল্লৱী বৰুৱাৰ সফলতা
শোণিতপুৰ, ২৪ এপ্ৰিল (হি.স.)। ৱল্ড মাষ্টাৰ্চ স্পৰ্টচ চেম্পিয়নশ্বিপচত জামুগুৰিহাটৰ বোৱাৰী সুদক্ষ খেলুৱৈ পল্লৱী বৰুৱাৰ সফলতা৷ ৱল্ড মাষ্টাৰ্ছ স্পৰ্টচ ফেডাৰেচনে আয়োজন কৰা প্ৰতিযোগীতাখনিত নন্দিকেশ্বৰ গাঁৱৰ পল্লৱীয়ে তিনিটা বিভাগত পদক অৰ্জন কৰিবলৈ সক্ষম
ৱল্ড মাষ্টাৰ্চ স্পৰ্টচ চেম্পিয়নশ্বিপচত জামুগুৰিহাটৰ বোৱাৰী সুদক্ষ খেলুৱৈ পল্লৱী বৰুৱাৰ সফলতা


শোণিতপুৰ, ২৪ এপ্ৰিল (হি.স.)। ৱল্ড মাষ্টাৰ্চ স্পৰ্টচ চেম্পিয়নশ্বিপচত জামুগুৰিহাটৰ বোৱাৰী সুদক্ষ খেলুৱৈ পল্লৱী বৰুৱাৰ সফলতা৷

ৱল্ড মাষ্টাৰ্ছ স্পৰ্টচ ফেডাৰেচনে আয়োজন কৰা প্ৰতিযোগীতাখনিত নন্দিকেশ্বৰ গাঁৱৰ পল্লৱীয়ে তিনিটা বিভাগত পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷

পল্লৱী বৰুৱাই শ্বট ফুট দলিওৱা, জেভলিং দলিওৱা আৰু ডিচকাচ দলিওৱা প্ৰতিযোগীতাত সোণৰ পদক বুটলি আনিবলৈ সক্ষম হয় ৷

থাইলেণ্ডত অনুষ্ঠিত হৈছিল এই বৃহৎ প্ৰতিযোগীতা ৷ পল্লৱী বৰুৱাৰ এই সফলতাত উৎফুল্লিত জামুগুৰিহাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজ ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande