নাজিৰাৰ মণিপুৰী গাঁৱত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত
শিৱসাগৰ, ২৪এপ্ৰিল (হি.স.)। নাজিৰাৰ শিমলুগুৰিৰ মণিপুৰী গাঁৱত নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ড৷ নাজিৰাৰ শিমলুগুৰিৰ মণিপুৰী গাঁৱৰ ভাইচা সিঙৰ বাসগৃহত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়৷ বিদ্য়
নাজিৰাৰ মণিপুৰী গাঁৱত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত


শিৱসাগৰ, ২৪এপ্ৰিল (হি.স.)। নাজিৰাৰ শিমলুগুৰিৰ মণিপুৰী গাঁৱত নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ড৷ নাজিৰাৰ শিমলুগুৰিৰ মণিপুৰী গাঁৱৰ ভাইচা সিঙৰ বাসগৃহত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। বিধ্বংসী অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়৷

বিদ্য়ুৎৰ চৰ্ট চাৰ্কিতৰ ফলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই অনুমান কৰা বিষয়টো উল্লেখ কৰিছে।

ভাইচৰ সিঙৰ দুই পুত্ৰই অধ্য়য়ন কৰা বিদ্য়ালয় খনৰ কিতাপ-বহীও এই বিধ্বংসী অগ্নিকাণ্ডত ভষ্মীভূত হোৱা বুলি উল্লেখ কৰিছে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande