লখিমপুৰ জিলাৰ ফুলবাৰীত বন্যহস্তীৰ তাণ্ডৱ
লখিমপুৰ, ২৩ এপ্ৰিল (হি.স.)। লখিমপুৰ জিলাৰ ফুলবাৰীত বন্যহস্তীৰ তাণ্ডৱ। নিশা হলেই সংকিত গঞা ৰাইজ। খাই লণ্ড ভণ্ড কৰিলে সাচি থোৱা ভঁৰালৰ ধান। কথমপি প্ৰাণ ৰক্ষা পৰিল তিনিটা কণমানি সহ মাতৃৰ। জিলা খনৰ হাৰমতী বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ফুলবাৰী ন
লখিমপুৰ জিলাৰ ফুলবাৰীত বন্যহস্তীৰ তাণ্ডৱ


লখিমপুৰ, ২৩ এপ্ৰিল (হি.স.)। লখিমপুৰ জিলাৰ ফুলবাৰীত বন্যহস্তীৰ তাণ্ডৱ। নিশা হলেই সংকিত গঞা ৰাইজ। খাই লণ্ড ভণ্ড কৰিলে সাচি থোৱা ভঁৰালৰ ধান। কথমপি প্ৰাণ ৰক্ষা পৰিল তিনিটা কণমানি সহ মাতৃৰ। জিলা খনৰ হাৰমতী বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ফুলবাৰী নাহৰণি, হাতীয়েমৰাৰ তিনিটাকৈ পৰিয়ালত বনৰীয়া হাতীৰ তাণ্ডৱ।

বনাঞ্চলত বন্যহস্তীৰ উপযোগী খাদ্য়ৰ অভাৱ হোৱাত খাদ্য়ৰ সন্ধানত এইদৰে সঘনে বন্যহস্তী জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ সাচতীয়া ভৰালৰ ধান খাই অনিষ্ট কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande