ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত অধিবক্তাৰ মৃত্য়ু
কামৰূপ, ২২ এপ্ৰিল (হি.স.)। ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এক শোকাৱহ ঘটনা সংঘটিত হৈছে। হাইদৰ আলী নামৰ এগৰাকী অধিবক্তাৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয আদালত চৌহদতে। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ পৰা ৰঙিয়া আদালতত গোচৰ সংক্ৰান্তে আহিছিল অধিব
ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত অধিবক্তাৰ মৃত্য়ু


কামৰূপ, ২২ এপ্ৰিল (হি.স.)। ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এক শোকাৱহ ঘটনা সংঘটিত হৈছে। হাইদৰ আলী নামৰ এগৰাকী অধিবক্তাৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয আদালত চৌহদতে।

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ পৰা ৰঙিয়া আদালতত গোচৰ সংক্ৰান্তে আহিছিল অধিবক্তাগৰাকীৰ । আদালত চৌহদতে মৃত্যুক সাৱতিলে অধিবক্তা গৰাকীয়ে ।

হাইদৰ আলীৰ ঘৰ বঙাইগাঁও ত আৰু তেওঁ গুৱাহাটীৰ বশিষ্ঠত থাকে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande