পৰ্বতঝোৰাত ধুমুহাত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাত আহত বাইক চালকৰ চিকিৎসালয়ত মৃত্যু
কোকৰাঝাৰ, 22 এপ্ৰিল (হি.স.)। পৰ্বতঝোৰাত ধুমুহাত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাত আহত বাইক চালকজন চিকিৎসালয়ত মৃত্যু । নিশা বিএছএফ কেম্পৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ধুমুহাত উভালি পৰা গছত খুন্দা মাৰিছিল বাইক চালক জনে। আহত বাইক চালক জনক সংকট জনক অৱস্
পৰ্বতঝোৰাত ধুমুহাত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাত আহত বাইক চালকৰ চিকিৎসালয়ত মৃত্যু


কোকৰাঝাৰ, 22 এপ্ৰিল (হি.স.)। পৰ্বতঝোৰাত ধুমুহাত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাত আহত বাইক চালকজন চিকিৎসালয়ত মৃত্যু । নিশা বিএছএফ কেম্পৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ধুমুহাত উভালি পৰা গছত খুন্দা মাৰিছিল বাইক চালক জনে।

আহত বাইক চালক জনক সংকট জনক অৱস্থাত চিকিৎসালয় ভৰ্তি কৰিছিল যদিও চিকিৎসালয়তেই শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুহোৱা বাইক চালকজন পিয়াঁজবাৰীৰ আহমেদ আলী বুলি চিনাক্ত কৰা হৈছে।

আহমেদ আলী সাধুভাষা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল। প্ৰাক্তন গাঁও পঞ্চায়ত সভাপতি গৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি শোকৰ ছা পৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande