সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান
গোলাঘাট, ২১ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী
সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান


গোলাঘাট, ২১ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ ফলঙনি গাঁৱৰ বিশিষ্ট ব্যক্তি, সত্ৰীয়া সংস্কৃতিৰ সাধক বায়ন ওজা বিফাই ফুকনলৈ “ফলঙনি বটা” প্ৰদান কৰা হয়। ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা মুকলি বিহু অনুষ্ঠানত এই বটা প্ৰদান কৰে ফলঙনী ছাত্ৰ সন্থাই ।

এই বঁটা প্ৰদান অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বায়ন ওজা বিফাই ফুকনৰ সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ উচ্চ প্ৰশংসা কৰা হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande