ৰঙালী বিহুৰ উছাহ আনন্দৰ মাজতে গুৰু-শিষ্যৰ সম্পৰ্কক অধিক জীপাল কৰাৰ প্ৰয়াস
দৰং, ২১ এপ্ৰিল (হি.স.)। ৰঙালী বিহুৰ উছাহ আনন্দৰ মাজতে গুৰু-শিষ্যৰ সম্পৰ্কক অধিক জীপাল কৰাৰ প্ৰয়াস। ঐতিহ্যমণ্ডিত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ২০০০ বৰ্ষৰ মেট্ৰিক উত্তীৰ্ণ এদল প্ৰাক্তন ছাত্ৰই এইদৰে গুৰু ভক্তিৰ অনন্য নিদৰ্শন দাঙি ধৰিল
ৰঙালী বিহুৰ উছাহ আনন্দৰ মাজতে গুৰু-শিষ্যৰ সম্পৰ্কক অধিক জীপাল কৰাৰ প্ৰয়াস


দৰং, ২১ এপ্ৰিল (হি.স.)। ৰঙালী বিহুৰ উছাহ আনন্দৰ মাজতে গুৰু-শিষ্যৰ সম্পৰ্কক অধিক জীপাল কৰাৰ প্ৰয়াস। ঐতিহ্যমণ্ডিত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ২০০০ বৰ্ষৰ মেট্ৰিক উত্তীৰ্ণ এদল প্ৰাক্তন ছাত্ৰই এইদৰে গুৰু ভক্তিৰ অনন্য নিদৰ্শন দাঙি ধৰিলে ।

বিদ্যালয় খনৰ কেইবাজনো অৱসৰী শিক্ষক আৰু বৰ্তমানৰ শিক্ষাগুৰুক চৰণ পখালি আৰ্শীবাদ গ্ৰহণ কৰাৰ উপৰিও তেওঁলোকক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সকলে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande