মেঘালয়ৰ শ্বিলং-দাউকী ঘাইপথত ভয়ঙ্কৰ ভূমিস্খলন
শ্বিলং, ২১এপ্ৰিল (হি.স.)। মেঘালয়ৰ শিলং-দাউকী ঘাইপথত ভয়ঙ্কৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত বিধস্ত এখন বলেৰ’ পিক আপ ভেন। সোমবাৰ বিয়লি ৫ বজাৰ সময়ত উক্ত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঘটনাৰ সময়ত উক্ত পথেৰে গৈ আছিল বাহনখন। হঠাৎ ভূমিস্খলনৰ ফলত বাহনখন প্রকাণ্ড
মেঘালয়ৰ শ্বিলং-দাউকী ঘাইপথত ভয়ঙ্কৰ ভূমিস্খলন


শ্বিলং, ২১এপ্ৰিল (হি.স.)। মেঘালয়ৰ শিলং-দাউকী ঘাইপথত ভয়ঙ্কৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত বিধস্ত এখন বলেৰ’ পিক আপ ভেন। সোমবাৰ বিয়লি ৫ বজাৰ সময়ত উক্ত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঘটনাৰ সময়ত উক্ত পথেৰে গৈ আছিল বাহনখন। হঠাৎ ভূমিস্খলনৰ ফলত বাহনখন প্রকাণ্ড প্রকাণ্ড শীল, মাটিৰ তলত পোত যায়।

শ্বিলং-দাউকী ঘাইপথৰ মাউলিয়েহ গাঁৱত সংঘটিত এই ভূমিস্খলনৰ পিচত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে যদিও বিধস্ত বাহনখনৰ চালকৰ সন্ধান পোৱা নায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande