বটদ্ৰৱাৰ নৰোৱা কুজিসত্ৰৰ ৩৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদুলি মুদুলি পৰিবেশ
নঁগাও, ২১ এপ্ৰিল (হি.স.)। বটদ্ৰৱাৰ নৰোৱা কুজিসত্ৰৰ ৩৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদুলি মুদুলি পৰিবেশ। হৰি নামৰ অমল ধ্বনিত মুখৰিত সত্ৰৰ চৌপাশ। মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত নৰোৱা কুজিসত্ৰৰ ৩৭৬ তম প্ৰতিষ্ঠা দিৱসটো পাঁচ দিনীয়া সত্ৰ
বটদ্ৰৱাৰ নৰোৱা কুজিসত্ৰৰ ৩৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদুলি মুদুলি পৰিবেশ


নঁগাও, ২১ এপ্ৰিল (হি.স.)। বটদ্ৰৱাৰ নৰোৱা কুজিসত্ৰৰ ৩৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে উদুলি মুদুলি পৰিবেশ।

হৰি নামৰ অমল ধ্বনিত মুখৰিত সত্ৰৰ চৌপাশ। মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত নৰোৱা কুজিসত্ৰৰ ৩৭৬ তম প্ৰতিষ্ঠা দিৱসটো পাঁচ দিনীয়া সত্ৰীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

২২ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিলৈকে পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সত্ৰৰ প্ৰতিষ্ঠা দিৱসটো। অসমৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হব লগা ভকত বৈষ্ণৱৰ সমাবেশত আয়োজিত মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande