
তিনিচুকীয়া, ২০ এপ্ৰিল (হি.স.): তিনিচুকীয়া জিলাৰ ডিগবৈত যোৱা কালি দেওবাৰে সন্ধিয়া এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । ডিগবৈ ৰে’ল ষ্টেচনৰ কাষত উদ্ধাৰ হৈছে মৃতদেহটো ।
আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো । ইফালে মৃত লোকজন ডিগবৈৰ ২০ নম্বৰ লাইনৰ ৰাজু বৈদ্য বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ