চেৰা বিহুৰ সৈতে সংগতি ৰাখি বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুবাত ভাগৱত যাত্ৰা কাৰ্যসূচী
বাক্সা, ২০ এপ্ৰিল (হি.স.)। আজি চেৰা বিহু। চেৰা বিহুৰ সৈতে সংগতি ৰাখি বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুবাত ভাগৱত যাত্ৰা কাৰ্যসূচী ৰূপায়ণ। ভক্তি ৰসত বিলীন হৈ পৰিছে পূৱ খাগ্ৰাবাৰী গোঁসাই চুবা। চেৰা বিহুৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব''হাগত ভাগৱত ঘু
চেৰা বিহুৰ সৈতে সংগতি ৰাখি বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুবাত ভাগৱত যাত্ৰা কাৰ্যসূচী


বাক্সা, ২০ এপ্ৰিল (হি.স.)। আজি চেৰা বিহু। চেৰা বিহুৰ সৈতে সংগতি ৰাখি বাক্সাৰ পূৱ খাগ্ৰাবাৰী গোঁসাই চুবাত ভাগৱত যাত্ৰা কাৰ্যসূচী ৰূপায়ণ।

ভক্তি ৰসত বিলীন হৈ পৰিছে পূৱ খাগ্ৰাবাৰী গোঁসাই চুবা। চেৰা বিহুৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত ভাগৱত ঘুৰাই, হোম যজ্ঞ কৰি ৰাইজৰ মঙ্গল কামনা কৰে গঞা ৰাইজে।

ভাগৱত ঘুৰাই নাম কীৰ্ত্তন ঘোষা গাই আনন্দত মতলীয়া হৈ পৰে আয়তী, ভকত সকলে। উল্লেখ্য যে চুবুৰীটোৰ প্ৰতিঘৰত পদুলিয়ে পদুলিয়ে কলপুলি ৰোপন কৰি বিহুৱান পাৰি ভাগৱতক আদৰণি জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande