
চৰাইদেউ, ০২ এপ্ৰিল (হি.স.)। সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত শ্ৰমিকৰ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ। বন্ধ হৈ থকা চাহ বাগিচা খন শীঘ্ৰেই মুকলি কৰাৰ দাবীত শ্ৰমিক সকলে পালন কৰিছে ধৰ্ণা।
সমস্যা সমাধান নহলে অহা ৪ এপ্ৰিল সোণাৰিত পথ অৱৰোধ ৰূপায়ন কৰিব। ইয়াৰ পিছতো বাগিচা খন মুকলি নহলে শ্ৰমিক সকলে বৰ্জন কৰিব নিৰ্বাচন।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু