নলবাৰীত ড্ৰাই ডে ঘোষণা
নলবাৰী, ০২ এপ্ৰিল (হি.স.)। নলবাৰীত ড্ৰাই ডে ঘোষণা। নলবাৰী জিলা আয়ুক্তই ঘোষণা কৰিলে ড্ৰাই ডে। আগন্তুক নিৰ্বাচন উপলক্ষ্যত ড্ৰাই ডে ঘোষণা কৰিছে নলবাৰী জিলা প্ৰশাসনে। সেই অনুসৰি ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ ড্ৰাই ডে ঘোষণা
নলবাৰীত ড্ৰাই ডে ঘোষণা


নলবাৰী, ০২ এপ্ৰিল (হি.স.)। নলবাৰীত ড্ৰাই ডে ঘোষণা। নলবাৰী জিলা আয়ুক্তই ঘোষণা কৰিলে ড্ৰাই ডে।

আগন্তুক নিৰ্বাচন উপলক্ষ্যত ড্ৰাই ডে ঘোষণা কৰিছে নলবাৰী জিলা প্ৰশাসনে। সেই অনুসৰি ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও ৪ মে তাৰিখেও ড্ৰাই ডে ঘোষণা কৰিছে নলবাৰী জিলা প্ৰশাসনে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande