মঙ্গলদৈৰ প্ৰফুল্ল নগৰত ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ প্ৰদান চেমনীয়া হুঁচৰি দলৰ
দৰং, ১৯ এপ্ৰিল (হি.স.)। বহাগ বিহুত মঙ্গলদৈত ঘৰে ঘৰে হুঁচৰি গোৱা পৰম্পৰা দিৰ্ঘদিনৰ পৰা চলি আহিছে।যি ঘৰলৈ হুচৰি গাবলৈ যাই গৃহস্থই হুঁচৰি গাৱলৈ যোৱা দলটোক উপযুক্ত সন্মান প্ৰদৰ্শন কৰে। ব''হাগ বিহুত হুঁচৰি গাই পৰম্পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা জলজলী কুমাৰ পা
মঙ্গলদৈৰ প্ৰফুল্ল নগৰত ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ প্ৰদান চেমনীয়া হুঁচৰি দলৰ


দৰং, ১৯ এপ্ৰিল (হি.স.)। বহাগ বিহুত মঙ্গলদৈত ঘৰে ঘৰে হুঁচৰি গোৱা পৰম্পৰা দিৰ্ঘদিনৰ পৰা চলি আহিছে।যি ঘৰলৈ হুচৰি গাবলৈ যাই গৃহস্থই হুঁচৰি গাৱলৈ যোৱা দলটোক উপযুক্ত সন্মান প্ৰদৰ্শন কৰে। ব'হাগ বিহুত হুঁচৰি গাই পৰম্পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টা জলজলী কুমাৰ পাৰাৰ চেমনীয়া হুঁচৰি দলৰ।

মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত গেৰিমাৰী প্ৰফুল্ল নগৰত ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ প্ৰদান চেমনীয়া হুঁচৰি দলটোৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande