ছিপাঝাৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সজাগতা সভা অনুষ্ঠিত
দৰং, ১৮ এপ্ৰিল (হি.স.)। জৰুৰীকালীন সমস্যাৰ বিষয়ে শিক্ষাৰ্থী সমাজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্য । ছিপাঝাৰৰ শিঙিমাৰীস্থিত কামাখ্যা বায়ুফুৱেল প্ৰাইভেট লিমিটেডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যিকোনো অপদকালীন সমস্যা ৰুধিব পৰাকৈ সজাগতা অনাৰ প্ৰয়াস কৰা হৈ
ছিপাঝাৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সজাগতা সভা অনুষ্ঠিত


দৰং, ১৮ এপ্ৰিল (হি.স.)। জৰুৰীকালীন সমস্যাৰ বিষয়ে শিক্ষাৰ্থী সমাজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্য ।

ছিপাঝাৰৰ শিঙিমাৰীস্থিত কামাখ্যা বায়ুফুৱেল প্ৰাইভেট লিমিটেডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যিকোনো অপদকালীন সমস্যা ৰুধিব পৰাকৈ সজাগতা অনাৰ প্ৰয়াস কৰা হৈছে এইদৰে।

বিশেষকৈ ছিপাঝাৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰ আজান জেনিথ একাডেমীৰ চৌহদত এইদৰে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ইয়াৰ পিছতে শিক্ষাৰ্থী সকলৰ মাজত কেনেদৰে জুই নিৰ্বাপন কৰা হয় তাৰ বিষয়েও ছাত্ৰ ছাত্ৰী সকলক আভাষ দিয়াৰ চেষ্টা কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande