
গোলাঘাট, ১৮ এপ্ৰিল (হি.স.)। নুমলীগড়ৰ তেলগৰমত ৰাজপথত হাতীসহ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
নুমলীগড়ৰ তেলগৰম। ৰাজপথত এক আকৰ্ষণীয় শোভাযাত্ৰা। ত্ৰয়োবিংশতিতম তেলগৰম কেন্দ্ৰীয় বসন্ত উৎসৱ উপলক্ষে আয়োজিত এই শোভাযাত্ৰাত ৰাজ্য বাৰেৰহণীয়া সাংস্কৃতিক দল সমূহৰ আকৰ্ষণীয় দৃশ্য পৰিস্ফুট হৈ পৰিছে। প্ৰায় দুই কিমি দীঘল এই শোভাযাত্ৰা ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা