নগাঁৱত মৰিকলং ৰে'ল ট্ৰেকৰ ওচৰত উদ্ধাৰ এটা মৃতদেহ
নগাঁৱ, ১৮ এপ্ৰিল (হি.স.)। নগাঁও ৰেল ষ্টেচনৰ সমীপৰ মৰিকলং ৰে''ল ট্ৰেকৰ ওচৰত উদ্ধাৰ এটা মৃতদেহ। নিশা কোনো ৰে''লৰ খুন্দাত ব্য়ক্তি গৰাকী নিহত হোৱাৰ সন্দেহ কৰিছে ৰেল আৰক্ষী। পুৱা গেটমেনে মৃতদেহটো দেখি ৰেল আৰক্ষীক খবৰ দিয়ে। ৰেল আৰক্ষী উপস্থিত হৈ ম
নগাঁৱত মৰিকলং ৰে'ল ট্ৰেকৰ ওচৰত উদ্ধাৰ এটা মৃতদেহ


নগাঁৱ, ১৮ এপ্ৰিল (হি.স.)। নগাঁও ৰেল ষ্টেচনৰ সমীপৰ মৰিকলং ৰে'ল ট্ৰেকৰ ওচৰত উদ্ধাৰ এটা মৃতদেহ। নিশা কোনো ৰে'লৰ খুন্দাত ব্য়ক্তি গৰাকী নিহত হোৱাৰ সন্দেহ কৰিছে ৰেল আৰক্ষী।

পুৱা গেটমেনে মৃতদেহটো দেখি ৰেল আৰক্ষীক খবৰ দিয়ে। ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা নাই মৃত ব্যক্তি গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande