২০২৭বৰ্ষৰ ৫, ৬,আৰু ৭ ফেব্ৰুৱাৰত লখিমপুৰৰ বৰিমূৰি -- নপাম পথাৰত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিবেশন
লখিমপুৰ, ১৭ এপ্ৰিল (হি.স.)। ২০২৭বৰ্ষৰ ৫, ৬,আৰু ৭ ফেব্ৰুৱাৰত লখিমপুৰৰ বৰিমূৰি -- নপাম পথাৰত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিবেশন l ১৯ এপ্ৰিলত লীলাবাৰী ন -পাম ৰংগমঞ্চত অনুষ্ঠিত হব অধিবেশনৰ আদৰণি সমিতি গঠনৰ ৰাজহুৱা সভা।
২০২৭বৰ্ষৰ ৫, ৬,আৰু ৭ ফেব্ৰুৱাৰত লখিমপুৰৰ বৰিমূৰি -- নপাম পথাৰত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিবেশন

লখিমপুৰ, ১৭ এপ্ৰিল (হি.স.)। ২০২৭বৰ্ষৰ ৫, ৬,আৰু ৭ ফেব্ৰুৱাৰত লখিমপুৰৰ বৰিমূৰি -- নপাম পথাৰত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিবেশন l

১৯ এপ্ৰিলত লীলাবাৰী ন -পাম ৰংগমঞ্চত অনুষ্ঠিত হব অধিবেশনৰ আদৰণি সমিতি গঠনৰ ৰাজহুৱা সভা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande