বৰপেটাৰ হাউলীত মানসিক বিকাৰগ্ৰস্থ মহিলাক যৌন আতিশয্য
বৰপেটা, ১৭ এপ্ৰিল (হি.স.)। বৰপেটাৰ হাউলীত মানসিক বিকাৰগ্ৰস্থ মহিলাক যৌন আতিশয্যৰ ঘটনাক লৈ উত্তেজনা । ৬০ উৰ্ধৰ এগৰাকী লোকৰ বিৰুদ্ধে মানসিক বিকাৰগ্ৰস্ত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ । হাউলীৰ ১০ নং ৱাৰ্ডৰ সাহেব পথত সংঘটিত হৈছে উক্ত জঘন্য ঘটনা | ম
বৰপেটাৰ হাউলীত মানসিক বিকাৰগ্ৰস্থ মহিলাক যৌন আতিশয্য


বৰপেটা, ১৭ এপ্ৰিল (হি.স.)। বৰপেটাৰ হাউলীত মানসিক বিকাৰগ্ৰস্থ মহিলাক যৌন আতিশয্যৰ ঘটনাক লৈ উত্তেজনা । ৬০ উৰ্ধৰ এগৰাকী লোকৰ বিৰুদ্ধে মানসিক বিকাৰগ্ৰস্ত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ । হাউলীৰ ১০ নং ৱাৰ্ডৰ সাহেব পথত সংঘটিত হৈছে উক্ত জঘন্য ঘটনা | মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকীক বল পুৰ্বক ভাবে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।

হাউলীৰ ফৈয়জ উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে উক্ত ভয়ংকৰ অভিযোগ। ইপিনে উত্তেজিত ৰাইজে অভিযুক্ত ফৈয়জ উদ্দিনক আটক কৰি গটাই দিয়ে আৰক্ষীক । উক্ত ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ অভিযুক্তক আটক কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande