
মাজুলী, ১৬ এপ্ৰিল (হি.স.)। আজি গোঁসাই বিহু৷ দ্বিতীয় ব’হাগত গোঁসাই বিহু পালনৰ পৰম্পৰা সত্ৰভূমি মাজুলীত ৷ আজি গোঁসাইঘৰ, নামঘৰ, মন্দিৰত জনাই সেৱা ৷ নদীদ্বিপ মাজুলীত সিচৰিত হৈ থকা সত্ৰ সত্ৰ ই গুৰু গম্ভীৰ পৰিৱেশ৷ সত্ৰৰ শিষ্য ,ভকট, সত্ৰাধিকাৰ সকলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোক সকলে আজি সত্ৰ আৰু মন্দিৰত সেৱা লয় আৰু নেদেখা জনৰ আশীৰ্বাদ বিচাৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু