চিবিএছচি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিৱসাগৰ হাঁহচৰাৰ অভিজ্ঞান মেছ
শিৱসাগৰ, ১৬ এপ্ৰিল (হি.স.)। চিবিএছচি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিৱসাগৰ হাঁহচৰাৰ অভিজ্ঞান মেছ। উক্ত পৰীক্ষাত ৯৬.২ শতাংশ নম্বৰ লাভ কৰি প্ৰতিটো বিষয়ত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ শিৱসাগৰবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব সক্ষম হৈছে। বহাগ বিহুৰ ধাম-খুমিয়াৰ মাজত এনে
চিবিএছচি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিৱসাগৰ হাঁহচৰাৰ অভিজ্ঞান মেছ


শিৱসাগৰ, ১৬ এপ্ৰিল (হি.স.)। চিবিএছচি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ শিৱসাগৰ হাঁহচৰাৰ অভিজ্ঞান মেছ। উক্ত পৰীক্ষাত ৯৬.২ শতাংশ নম্বৰ লাভ কৰি প্ৰতিটো বিষয়ত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ শিৱসাগৰবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব সক্ষম হৈছে। বহাগ বিহুৰ ধাম-খুমিয়াৰ মাজত এনেদৰে প্ৰচাৰৰ পৰা বঞ্চিত এইসকল ছাত্র।

শিৱসাগৰৰ ছাত্ৰ অভিজ্ঞানে দুলীয়াজান ডিপিএছ বিদ্যালয়ৰ পৰা এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ জনৰ সফলতাত উতফুল্লিত ছাত্ৰ জনৰ অভিভাৱকৰ লগতে বিদ্য়ালয়ৰ শিক্ষক,শিক্ষয়িত্ৰী সকল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande