প্ৰধানমন্ত্ৰীৰ বৈশাখী আৰু মহাবিষুবা পণা সংক্ৰান্তিৰ দিনা শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ শিখ উৎসৱ বৈশাখী আৰু ওড়িয়া নৱবৰ্ষ মহাবিষুবা পণা সংক্ৰান্তি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যম এক্সত পৃথক পৃথক পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে দুয়োটা উৎসৱতেই ৰাইজৰ
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


নতুন দিল্লী, ১৪ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ শিখ উৎসৱ বৈশাখী আৰু ওড়িয়া নৱবৰ্ষ মহাবিষুবা পণা সংক্ৰান্তি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যম এক্সত পৃথক পৃথক পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে দুয়োটা উৎসৱতেই ৰাইজৰ সুখ, সমৃদ্ধি, মংগল কামনা কৰে।

বৈশাখী উপলক্ষে দেশবাসীক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে সকলোকে জীৱনৰ সুখৰ কামনা কৰে। আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়েও মহাবিষুবা পণা সংক্ৰান্তি উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande