বোকাখাতত কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়া ৰাইজে গৰু বিহু উদযাপন কৰিছে
গোলাঘাট, ১৪ এপ্ৰিল (হি.স.)। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ''বি বৰ বৰ গৰু ৷ আজি অসমীয়াৰ হেপাহৰ গৰু বিহু ৷ হাৰ্টথ্ৰ''ব জুবিন গাৰ্গ বিহীন প্ৰথমটো গৰু বিহু। আনন্দ উৎসাহৰ পৰিৱৰ্তে কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়া ৰা
বোকাখাতত কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়া ৰাইজে গৰু বিহু উদযাপন কৰিছে


গোলাঘাট, ১৪ এপ্ৰিল (হি.স.)। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু ৷ আজি অসমীয়াৰ হেপাহৰ গৰু বিহু ৷ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ বিহীন প্ৰথমটো গৰু বিহু। আনন্দ উৎসাহৰ পৰিৱৰ্তে কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়া ৰাইজে গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিছে ৷

পুৱা মাহ হালধি পিহি, লাও, বেঙেনা, থেকেৰা, কেৰেলা, চাটত ভৰাই মাখিলটিৰে গৰুক কোবাই নদীত গৰুক ধুৱাই গৰু বিহু পালন কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande