ব্ৰক্ষ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া
শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.)। শোণিতপুৰ জিলাৰ চতিয়াৰ দক্ষিণাঞ্চলৰ কলাকাটিত মহাবাহুৰ ব্ৰক্ষ্মপুত্ৰৰ তীব্ৰ গৰা খহনীয়া অব্যাহত আছে । ব্ৰহ্মপুত্ৰৰ এই গৰা খহনীয়াই পানপুৰ-বিশ্বনাথ মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে । অব্যাহত থকা এই গৰাখহনীয়াৰ বাবে চিন্ত
ব্ৰক্ষ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া


শোণিতপুৰ, ১৩ এপ্ৰিল (হি.স.)। শোণিতপুৰ জিলাৰ চতিয়াৰ দক্ষিণাঞ্চলৰ কলাকাটিত মহাবাহুৰ ব্ৰক্ষ্মপুত্ৰৰ তীব্ৰ গৰা খহনীয়া অব্যাহত আছে । ব্ৰহ্মপুত্ৰৰ এই গৰা খহনীয়াই পানপুৰ-বিশ্বনাথ মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে ।

অব্যাহত থকা এই গৰাখহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী লোক সকল। এই ক্ষেত্ৰত শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande