খুমটাইত মঞ্চস্থ প্ৰণৱ বৰুৱাৰ নাট্যৰূপ 'টাইটানিক' নাটক
গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। সফল সামৰণি পৰিল কহিনুৰ থিয়েটাৰৰ ব্যয়বহুল আয়োজন ''টাইটানিক'' ৰ । শেষবাৰৰ বাবে খুমটাই চাৰিআলিৰ সমীপত মঞ্চস্থ হ''ল প্ৰণৱ বৰুৱাৰ নাট্যৰূপ ''টাইটানিক'' নাটকৰ । চমকপ্ৰদ আয়োজনেৰে দৰ্শকৰ মন জুৰাবলৈ সক্ষম হ''ল নাটকখন
খুমটাইত মঞ্চস্থ প্ৰণৱ বৰুৱাৰ নাট্যৰূপ 'টাইটানিক' নাটক


গোলাঘাট, ১২ এপ্ৰিল (হি.স.)। সফল সামৰণি পৰিল কহিনুৰ থিয়েটাৰৰ ব্যয়বহুল আয়োজন 'টাইটানিক' ৰ । শেষবাৰৰ বাবে খুমটাই চাৰিআলিৰ সমীপত মঞ্চস্থ হ'ল প্ৰণৱ বৰুৱাৰ নাট্যৰূপ 'টাইটানিক' নাটকৰ । চমকপ্ৰদ আয়োজনেৰে দৰ্শকৰ মন জুৰাবলৈ সক্ষম হ'ল নাটকখনে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা কহিনুৰ থিয়েটাৰে প্ৰযোজনা কৰা টাইটানিক নাটকখনে দৰ্শকৰ সমাদৰ লাভ কৰাত আনন্দিত প্ৰযোজক তপন লহকৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande