বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত আহত তিনিজন
বৰপেটা, ১২ এপ্ৰিল (হি.স.)। বৰপেটাৰ নখান্দা নৈৰ দলঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দা চাইকেল আৰোহীক। ফলত চাইকেল আৰোহী জনৰ লগতে দুই মটৰ চাইকেল আৰোহী আহত হয় ৷ বছেৰ আলী আৰু মনিৰুল আলীয়ে মটৰচাইকেলেৰে খুন্দা মাৰিলে চাইকেল আৰোহী
বৰপেটাত সংঘটিত পথ দুৰ্ঘটনাত আহত তিনিজন


বৰপেটা, ১২ এপ্ৰিল (হি.স.)। বৰপেটাৰ নখান্দা নৈৰ দলঙৰ সমীপত সংঘটিত পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দা চাইকেল আৰোহীক।

ফলত চাইকেল আৰোহী জনৰ লগতে দুই মটৰ চাইকেল আৰোহী আহত হয় ৷ বছেৰ আলী আৰু মনিৰুল আলীয়ে মটৰচাইকেলেৰে খুন্দা মাৰিলে চাইকেল আৰোহী দক্ষ পাঠকক |

দুৰ্ঘটনাটোত বছেৰ আলী, মনিৰুল আলী আৰু দক্ষ পাঠক আহত হয় ৷ আহত তিনিওকে ১০৮ সেৱা যোগে চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande