নাজিৰাৰ মেছাগড়ত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি
শিৱসাগৰ, ১১এপ্ৰিল (হি.স.)। নাজিৰাৰ মেছাগড়ত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি৷ বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হয় মেছাগড়ৰ জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি৷ প্ৰতিগৰাকী অসমীয়াই চলাইছ
নাজিৰাৰ মেছাগড়ত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি


শিৱসাগৰ, ১১এপ্ৰিল (হি.স.)। নাজিৰাৰ মেছাগড়ত অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি৷ বিহুনাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হয় মেছাগড়ৰ জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি৷ প্ৰতিগৰাকী অসমীয়াই চলাইছে বাপতিসাহোন ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি৷

মেছাগড়ৰ ফুলাম মইনা পাৰিজাত আৰু মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগত সাতদিনীয়াকৈ অনুষ্ঠিত বিহু কৰ্মশালাৰ সামৰণি পৰে৷

কণ কণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ কিশোৰী সকলোৱে অংশগ্ৰহণ কৰে এই বিহু কৰ্মশালাত৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande