বাইহাটা চাৰিআলিৰ সমীপবৰ্তী শিঙাৰপাৰাত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালা
কামৰূপ, ১১ এপ্ৰিল (হি.স.)। পদুলী মুখত হেপাহৰ ৰঙালী বিহু । নিৰ্বাচনী উথপথপ পৰিৱেশৰ পিছত ঢোল, পেপা, গগণাৰ মাতে ৰজন জনাইছে অসমৰ আকাশ বতাহ । গাভৰু সকলে বিহুত এপাক ককাল ঘূৰাই নাচিবৰ মনেৰে ব্যস্ত বিহু নাচৰ কৰ্মশালাত । অনুৰূপ ভাবে ঢুলীয়া, পেপুৱা সকলো ব্যস
বাইহাটা চাৰিআলিৰ সমীপবৰ্তী শিঙাৰপাৰাত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালা


কামৰূপ, ১১ এপ্ৰিল (হি.স.)। পদুলী মুখত হেপাহৰ ৰঙালী বিহু । নিৰ্বাচনী উথপথপ পৰিৱেশৰ পিছত ঢোল, পেপা, গগণাৰ মাতে ৰজন জনাইছে অসমৰ আকাশ বতাহ । গাভৰু সকলে বিহুত এপাক ককাল ঘূৰাই নাচিবৰ মনেৰে ব্যস্ত বিহু নাচৰ কৰ্মশালাত । অনুৰূপ ভাবে ঢুলীয়া, পেপুৱা সকলো ব্যস্ত হৈ পৰিছে নাচনীক নচুৱাৱৰ মনেৰে ঢোল পেপাৰ প্ৰশিক্ষণত ।

বাইহাটা চাৰিআলিৰ সমীপবৰ্তী শিঙাৰপাৰা হাইস্কুল খেল পথাৰ অনুষ্ঠিত হৈ আছে ৫ দিনীয়া বিহু নাচৰ কৰ্মশালা । অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক কিশোৰী আৰু যুৱতীয়ে প্ৰশিক্ষণ লৈছে এই বিহু নাচৰ কৰ্মশালা ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande