নলবাৰীত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মঘাটী এগৰাকী ছাত্ৰী
নলবাৰী, ১০ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে নলবাৰীৰ টিহুত এক অঘটন সংঘটিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে আত্মহত্য়া কৰিলে এগৰাকী ছাত্ৰীয়ে। পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মঘাটী হ’ল ছাত্
নলবাৰীত পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মঘাটী এগৰাকী ছাত্ৰী


নলবাৰী, ১০ এপ্ৰিল (হি.স.)। সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে নলবাৰীৰ টিহুত এক অঘটন সংঘটিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে আত্মহত্য়া কৰিলে এগৰাকী ছাত্ৰীয়ে। পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই আত্মঘাটী হ’ল ছাত্ৰীগৰাকী। ছাত্ৰী গৰাকীৰ নাম গীতাঞ্জলী বড়ো বুলি জানিব পৰা গৈছে।

নলবাৰীৰ টিহুৰ বাসন্তী হাইস্কুলত অধ্য়ায়ণ কৰিছিল আত্মহত্যা কৰা ছাত্ৰীগৰাকীয়ে। জানিব পৰামতে, টিহু চ'কত ঘৰ আছিল গীতাঞ্জলী বড়োৰ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande