নগাঁৱৰ কঠিয়াতলীত চোৰে সোণৰ গহনা সহ লাখ টকাৰ অধিক সম্পত্তি লুতি লৈ যায়
নগাঁৱ, ১০ এপ্ৰিল (হি.স.)। নগাঁৱৰ কঠিয়াতলীত চুৰি কাণ্ড । কঠিয়াতলীৰ অৰূপ দত্তৰ ঘৰত চুৰি কাণ্ড ।ঘৰত কোনো নথকাৰ সুযোগ লৈ নিশা চোৰে লুটি লৈ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি । ১লাখ ৫০ হাজাৰ নগদ ধনৰ লগতে ৭ ভৰি সোনৰ গহনা লুটি লৈ যায় চোৰে । সম্প্ৰতি কঠিয়া
নগাঁৱৰ কঠিয়াতলীত চোৰে সোণৰ গহনা সহ লাখ টকাৰ অধিক সম্পত্তি লুতি লৈ যায়


নগাঁৱ, ১০ এপ্ৰিল (হি.স.)। নগাঁৱৰ কঠিয়াতলীত চুৰি কাণ্ড । কঠিয়াতলীৰ অৰূপ দত্তৰ ঘৰত চুৰি কাণ্ড ।ঘৰত কোনো নথকাৰ সুযোগ লৈ নিশা চোৰে লুটি লৈ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি । ১লাখ ৫০ হাজাৰ নগদ ধনৰ লগতে ৭ ভৰি সোনৰ গহনা লুটি লৈ যায় চোৰে । সম্প্ৰতি কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ ।

দিৰ্ঘ দিনৰ পৰা অঞ্চলটোৰ কেইবা ঘৰত চোৰে ধাৰাবাহিক ভাবে লুতপাত চলাই আছে। ৰাইজে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। নিয়ম মাফিক আৰক্ষী গোচৰ ৰজু কৰে কিন্ত এজনো চোৰ আৰক্ষীৰ জালত পৰা নায়।উপায়হীন ৰাইজে নিজে অঞ্চলটোত নিশা পহৰা দিয়াৰ চিন্তা চৰ্চা কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande