নলবাৰীৰ চামতাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰীৰ আত্মহত্য়া
নলবাৰী, ১০ এপ্ৰিল (হি.স.)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে নলবাৰীৰ চামতাত সংঘটিত শোকাৱহ ঘটনা । চামতাৰ কুলবিল খাটা ৰূপীয়াবাঠানত এগৰাকী ছাত্ৰীৰ চৰম পন্থা । গাওখনৰ ৰমেশ তালুকদাৰ আৰু মীৰা তালুকদাৰৰ কণ্যা সবিতা তালুকদাৰে পৰীক্ষাত উত্তীৰ্ণ
নলবাৰীৰ চামতাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰীৰ আত্মহত্য়া


নলবাৰী, ১০ এপ্ৰিল (হি.স.)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে নলবাৰীৰ চামতাত সংঘটিত শোকাৱহ ঘটনা । চামতাৰ কুলবিল খাটা ৰূপীয়াবাঠানত এগৰাকী ছাত্ৰীৰ চৰম পন্থা । গাওখনৰ ৰমেশ তালুকদাৰ আৰু মীৰা তালুকদাৰৰ কণ্যা সবিতা তালুকদাৰে পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি আত্মহত্যাৰ পথ বাচি লব লগা হয় ।

ফলাফল ঘোষণাৰ পিছত দুখত ভাগি পৰে ছাত্ৰী গৰাকী আৰু ঘৰত কোনো নথকাৰ সুৱাদতে চিপ লৈ আত্মহত্যা কৰে । ঘটনাৰ পিছত আত্মীয়লোকে চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande