পূৰ্বৰ তূলনাত উন্নত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ শিক্ষামন্ত্ৰী
ধেমাজী, ১০ এপ্ৰিল (হি.স.)। আজি ঘোষণা হল ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফলক কেন্দ্ৰ কৰি শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৰ মন্তব্য ৷ পূৰ্বৰ তূলনাত উন্নত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ সমাজবিদ্যা বিষয়ত আগন্তুক দিনবোৰত পৰ্য্যালো
পূৰ্বৰ তূলনাত উন্নত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ শিক্ষামন্ত্ৰী


ধেমাজী, ১০ এপ্ৰিল (হি.স.)। আজি ঘোষণা হল ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফলক কেন্দ্ৰ কৰি শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৰ মন্তব্য ৷

পূৰ্বৰ তূলনাত উন্নত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ সমাজবিদ্যা বিষয়ত আগন্তুক দিনবোৰত পৰ্য্যালোচনা কৰি ছাত্ৰ–ছাত্ৰী সকলৰ অসুবিধা দুৰ কৰা হব। চলিত বৰ্ষত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশা কৰাতকৈ অধিক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। উপযুক্ত সময়ত ফলাফল ঘোষণা কৰিব সক্ষম হৈছে অসম ৰাজ্য়িক বিদ্য়ালয় শিক্ষা বৰ্ড । শিক্ষামন্ত্ৰী গৰাকী জানিব দিয়া অনুসৰি ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪,৩৮,৫৬৫ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande