গোলাঘাটত নিৰ্বাচনত সহযোগ কৰা সকলোকে ধন্যবাদ অগপ সভাপতি অতুল বৰাৰ
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ অসম গণ পৰিষদৰ কাৰ্য্যালয়ত অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আজি এক সংবাদ মেল আয়োজন কৰা হৈছে। সংবাদ মেল সম্বোধন কৰি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কালি হৈ যোৱা নিৰ্বাচনত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।তেও
গোলাঘাটত নিৰ্বাচনত সহযোগ কৰা সকলোকে ধন্যবাদ অগপ সভাপতি অতুল বৰাৰ


গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। গোলাঘাট জিলাৰ অসম গণ পৰিষদৰ কাৰ্য্যালয়ত অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আজি এক সংবাদ মেল আয়োজন কৰা হৈছে। সংবাদ মেল সম্বোধন কৰি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কালি হৈ যোৱা নিৰ্বাচনত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে।তেও কয় যে, পূৰ্বতকৈ অধিক আসন লাভ কৰি তৃতীয় বাৰৰ বাবে এন. ডি. এ. মিত্ৰ দলৰে চৰকাৰ হব বুলিও উল্লেখ কৰি কয় যে ভোট দাতা ৰাইজৰ সহাঁৰিয়ে বুজায় যে এন. ডি. এ.ৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande