ৰঙিয়া ৰেল জংচনত ৰেল আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী
কামৰূপ, ০৯ মাৰ্চ (হি.স.)। ৰঙিয়া ৰেল জংচনত ৰেল আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ এজন লোকক তালাচি চলাই জব্দ কৰে তিনিটা পেকেটত থকা ১০ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ হেৰ''ইন । শান্তনু কুমাৰে ৰেলেৰে বদ
ৰঙিয়া ৰেল জংচনত ৰেল আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী


কামৰূপ, ০৯ মাৰ্চ (হি.স.)। ৰঙিয়া ৰেল জংচনত ৰেল আৰক্ষীৰ জালত ড্ৰাগছ সহ সৰবৰাহকাৰী।

গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে শান্তনু কুমাৰ নামৰ এজন লোকক তালাচি চলাই জব্দ কৰে তিনিটা পেকেটত থকা ১০ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ হেৰ'ইন ।

শান্তনু কুমাৰে ৰেলেৰে বদৰপুৰৰ পৰা বিহাৰলৈ নিব ওলাইছিল ড্ৰাগছখিনি । অধিক তথ্যৰ বাবে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande