কলিয়াবৰৰ আমবাগানত পথ দুৰ্ঘটনা
নগাঁও, ০৯ মাৰ্চ (হি.স.)। কলিয়াবৰৰ আমবাগানত পথ দুৰ্ঘটনা। বাইক আৰোহীয়ে মহতিয়া নিলে চাইকেল আৰোহী এজন বৃদ্ধক। বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত বৃদ্ধগৰাকী। আহত দুয়োকে কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৃদ্ধগৰাকীক তেজপুৰলৈ প্ৰেৰণ ক
কলিয়াবৰৰ আমবাগানত পথ দুৰ্ঘটনা


নগাঁও, ০৯ মাৰ্চ (হি.স.)। কলিয়াবৰৰ আমবাগানত পথ দুৰ্ঘটনা। বাইক আৰোহীয়ে মহতিয়া নিলে চাইকেল আৰোহী এজন বৃদ্ধক। বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত বৃদ্ধগৰাকী।

আহত দুয়োকে কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে বৃদ্ধগৰাকীক তেজপুৰলৈ প্ৰেৰণ কৰে। আহত বাইক আৰোহী আমবাগানৰ মাধৱ দাস। গুৰুতৰ ভাৱে আহত চাইকেল আৰোহীজনৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই। সংকটজনক অৱস্থাত চাইকেল আৰোহীজনক তেজপুৰলৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande