লংকা-ধলপুখুৰী ৰে'ল ষ্টেচনৰ মাজত উদ্ধাৰ এটা মৃতদেহ
হোজাই, ০৯ মাৰ্চ (হি.স.)। লংকা-ধলপুখুৰী ৰে''ল ষ্টেচনৰ মাজত ৰেলখুটি ১৫৬/২-৩ ত উদ্ধাৰ এটা মৃতদেহ। ৰেলৰ চেপাত ক্ষত বিক্ষত ভাবে পৰিতক্ত অৱস্থাত লংকা ৰে''ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো। মৃতলোক জনে আত্মহত্য়া কৰিছে
লংকা-ধলপুখুৰী ৰে'ল ষ্টেচনৰ মাজত উদ্ধাৰ এটা মৃতদেহ


হোজাই, ০৯ মাৰ্চ (হি.স.)। লংকা-ধলপুখুৰী ৰে'ল ষ্টেচনৰ মাজত ৰেলখুটি ১৫৬/২-৩ ত উদ্ধাৰ এটা মৃতদেহ। ৰেলৰ চেপাত ক্ষত বিক্ষত ভাবে পৰিতক্ত অৱস্থাত লংকা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো। মৃতলোক জনে আত্মহত্য়া কৰিছে নে হত্য়াকাণ্ডৰ বলী হৈছে এই বিষয়ে আৰক্ষীৰ তদন্তত ওলাই পৰিব প্ৰকৃত ৰহস্য।

ইতিমধ্যে লংকা ৰে'ল আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি লংকা ৰে'ল ষ্টেচনলৈ লৈ আহে আৰু মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মৃতদেহটোৰ ফটো বিভিন্ন আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande