
বজালী, ০৯ মাৰ্চ (হি.স.)। বজালীৰ পাটাছাৰকুছিত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা । মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজপথতে নাচি বাগি আনন্দ প্ৰকাশ অশীতিপৰ বৃদ্ধাৰ।
আইতাৰ আনন্দ- মুখ্যমন্ত্ৰীয়ে চুমা খালে আইতাক। আনহাতে আইতাইও খালে চুমা। আইতাৰ আক্ষেপ, অন্ন সুৰক্ষাৰ বাদে চুব পৰা নাই আন কোনো আঁচনিয়ে । মুখ্যমনেত্ৰীলৈ কি অনুৰোধ আইতাৰ !
সম্প্ৰতি পাটাছাৰকুছিৰ পৰা টিহুলৈ যাত্ৰা আৰম্ভ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা