এহেজাৰৰো অধিক মহিলা পাইলট থকা ইণ্ডিগো দেশৰ প্ৰথমটো বিমান সংস্থা হিচাপে পৰিগণিত
নতুন দিল্লী, ০৭ মাৰ্চ (হি.স.)। ভাৰতৰ বিমান পৰিবহণ খণ্ডত মহিলাৰ অংশগ্ৰহণ দ্ৰুতগতিত বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ প্ৰাকক্ষণত ব্যক্তিগত খণ্ডৰ বিমান সংস্থা ইণ্ডিগ’ই দেশৰ প্ৰথমখন বিমান সংস্থা হিচাপে ঘোষণা কৰে য’ত ১০০০ৰো অধিক মহিলা পাইলট আছে।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001