ৰঙিয়াত বিৰোধী দল কংগ্ৰেছ দলে বজালে নিৰ্বাচনী ৰণশিঙা
কামৰূপ, ০৭ মাৰ্চ (হি.স.)। ৰঙিয়াত বিৰোধী দল কংগ্ৰেছ দলে বজালে নিৰ্বাচনী ৰণশিঙা। চৰকাৰৰ ব্যৰ্থতা সমূহ উলিয়াই ভোটাৰ ৰাইজৰ কাষত কামৰূপ জিলা কংগ্ৰেছ কমিটি। উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী। হিমন্ত বিশ্ব শৰ্মা কোন??শীৰ্ষক শ্লোগ
ৰঙিয়াত বিৰোধী দল কংগ্ৰেছ দলে বজালে নিৰ্বাচনী ৰণশিঙা


কামৰূপ, ০৭ মাৰ্চ (হি.স.)। ৰঙিয়াত বিৰোধী দল কংগ্ৰেছ দলে বজালে নিৰ্বাচনী ৰণশিঙা। চৰকাৰৰ ব্যৰ্থতা সমূহ উলিয়াই ভোটাৰ ৰাইজৰ কাষত কামৰূপ জিলা কংগ্ৰেছ কমিটি।

উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী। হিমন্ত বিশ্ব শৰ্মা কোন??শীৰ্ষক শ্লোগান লৈ ৰঙিয়াৰ ডিমু ত কংগ্ৰেছৰ হাল্লাবল ।বিজেপি চৰকাৰৰ জন বিৰোধী কাৰ্যৰ বিৰুদ্ধে সৰৱ বিৰোধী দল কংগ্ৰেছ। কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ভোটাৰ ৰাইজৰ কাষত কংগ্ৰেছ দলৰ নেতা কৰ্মি। চৰকাৰ খবৰ অপ শাসনৰ বিৰুদ্ধে ভোটাৰ ৰাইজৰ বিলালে গোহাৰি পত্ৰ।নিৰ্বাচনৰ দিন চমু অহাৰ সময়তে কংগ্ৰেছ দলে এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande