মৰাণৰ খোৱাঙত লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
ডিব্ৰুগড়, ০৬মাৰ্চ (হি.স.)। মৰাণৰ খোৱাঙত লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ l খোৱাং তিলৈত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে লুৰীণজ্যোতি গগৈৰ প্ৰতিমূৰ্তি l কোনো কাৰণতে খোৱাং সমষ্টি অসম জাতীয় পৰিষদক এৰি নিদিয়াৰ হুংকাৰ
মৰাণৰ খোৱাঙত লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ


ডিব্ৰুগড়, ০৬মাৰ্চ (হি.স.)। মৰাণৰ খোৱাঙত লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ l খোৱাং তিলৈত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে লুৰীণজ্যোতি গগৈৰ প্ৰতিমূৰ্তি l কোনো কাৰণতে খোৱাং সমষ্টি অসম জাতীয় পৰিষদক এৰি নিদিয়াৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ l

লুৰীণজ্যোতি গগৈ মুৰ্দাবাদ, খোৱাঙত চালানী নেতা নচলিব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ l

উল্লেখযোগ্য যে খোৱাঙত লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থীত্ব প্ৰায় নিশ্চিত হোৱাৰ পিছতে কংগ্ৰেছ কৰ্মীৰ এই প্ৰতিবাদে লুৰীণজ্যোতি গগৈৰ খোৱাঙত বাট যে মসৃণ নহ'ব, ই প্ৰায় নিশ্চিত ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande