ধেমাজি - চিচিবৰগাওঁ -জোনাইত বিজেপিৰ জন আৰ্শীবাদ যাত্ৰা
ধেমাজি, ০৫ মাৰ্চ (হি.স.)। ধেমাজি - চিচিবৰগাওঁ -জোনাইত বিজেপিৰ জন আৰ্শীবাদ যাত্ৰা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা চাৰে দহ বজাত ধেমাজি - লখিমপুৰ সীমান্তৰ পৰা আৰম্ভ কৰা ১২৯ কিলোমিটাৰৰ জন আৰ্শীবাদ যাত্ৰাৰ অংশ হিচাবে ধেমাজি নগৰত বিশাল ৰোড শ
ধেমাজি - চিচিবৰগাওঁ -জোনাইত বিজেপিৰ জন আৰ্শীবাদ যাত্ৰা


ধেমাজি, ০৫ মাৰ্চ (হি.স.)। ধেমাজি - চিচিবৰগাওঁ -জোনাইত বিজেপিৰ জন আৰ্শীবাদ যাত্ৰা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা চাৰে দহ বজাত ধেমাজি - লখিমপুৰ সীমান্তৰ পৰা আৰম্ভ কৰা ১২৯ কিলোমিটাৰৰ জন আৰ্শীবাদ যাত্ৰাৰ অংশ হিচাবে ধেমাজি নগৰত বিশাল ৰোড শ্ব মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীক এবাৰ ওচৰৰ পৰা চাবলৈ হেতাওপৰা কেইবা সহস্ৰলোকৰ ৷

উল্লেখ্য যে জন আৰ্শীবাদ যাত্ৰাত মুখ্যমন্ত্ৰীক শাৰী পাতি আদৰণি জনোৱা সকলৰ আশী শতাংশই মহিলা ৷ জন আৰ্শীবাদ যাত্ৰাত মহিলা সকলৰ বিশাল অংশগ্ৰহণে অৰোণোদয় আৰু মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে যে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ সক্ষম হৈচে সেইটো নিশ্চিত ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande