ঝাৰখণ্ডৰ ১৯ বছৰীয়া মল্লযুঁজাৰু পুনম ওৰাণে উদ্বোধনী খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ ২০২৬ত সোণৰ পদক লাভ কৰে। মহিলাৰ ৫০ কেজিৰ ফাইনেলত তেলেংগানাৰ কে গীতাক পৰাস্ত কৰি পুনমে স্বৰ্ণ পদক অৰ্জন কৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha