গৌৰীপুৰত মাটিয়াবাগ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, এজন নিহত
ধুবুৰী, ৩০ মাৰ্চ (হি.স.)। ধুবুৰী জিলাৰ মাটিয়াবাগ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। আনহাতে গুৰুতৰ ভাবে আহত হয় তিনিজন লোক।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001