Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
28 Mar 2026
কাঠমাণ্ডু, ২৮ মাৰ্চ (হি.স.)। নেপালৰ বালেন্দ্ৰ চৰকাৰে শপত গ্ৰহণৰ প্ৰথম দিনাৰ পৰাই পদক্ষেপ কাৰ্যকৰী হ’বলৈ আৰম্ভ কৰিছে। শপত গ্ৰহণৰ ২৪ ঘন্টা নৌহওঁতেই জেন জি প্ৰতিবাদৰ সময়ত নিৰস্ত্ৰ ছাত্ৰক হত্যা কৰাৰ অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু ..
27 Mar 2026
কুৱেইট চহৰ, ২৭ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ২৮ দিনীয়া যুদ্ধৰ মাজতে শুকুৰবাৰে ইৰাণে কুৱেইটৰ বাণিজ্যিক বন্দৰ শ্বুৱাইখত ড্ৰ’ন আক্ৰমণ চলায়। সম্পত্তিৰ ক্ষতি হৈছে যদিও কোনো লোকৰ মৃত্যু হোৱা নাই। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়া আৰু তুৰস্কৰ আনাডোল ..
কাঠমাণ্ডু, ২৭ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ নেতৃত্বত নেপালত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে পুৰণি আৰু অপ্রাসংগিক আইন বাতিলৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ নৱনিযুক্ত বিত্তমন্ত্ৰী ড০ স্বৰ্নিম ৱাগলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে নেপালৰ অৰ্থনৈতিক ..
তেহৰাণ, ২৭ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ২৮ দিনীয়া যুদ্ধৰ মাজতে ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইয়দ আব্বাছ আৰাকচিয়ে কয় যে আমেৰিকা, ইজৰাইল আৰু তেওঁলোকৰ মিত্ৰ দেশসমূহৰ অন্তৰ্গত বা সংযুক্ত জাহাজসমূহক হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হোৱাত বাধা দিয়াটো ইৰাণৰ আইনী..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha