



অসম বিধানসভা নিৰ্বাচন ২০২৬ -
২০২৬ চনৰ ২৮ মাৰ্চত গুৱাহাটীৰ আৰ্য নগৰত বিজেপিয়ে আয়োজন কৰা ৰোডশ্ব'ত সমবেত হোৱা ৰাইজক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সম্ভাষণ জনাইছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিকো দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ