Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
28 Mar 2026
কামৰূপ, ২৮ মাৰ্চ (হি.স.)। ৰঙিয়াত বিজেপিৰ বিশাল নিৰ্বাচনী সভা, শিৱৰাজ সিং চৌহানৰ উপস্থিতিত জনসমুদ্ৰ। প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ৰাইজৰ সমাগম, ভৱেশ কলিতাৰ হৈ জোৰদাৰ প্ৰচাৰ। ৰঙিয়াৰ তৰণী আৰিমত্ত মিনি ষ্টেডিয়ামত আজি ভাৰতীয় জনতা পাৰ্টিৰ এখন বিশা..
ডিব্ৰুগড়, ২৮ মাৰ্চ (হি.স.)। নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত টিংখাঙত শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ ''আটছা'। এণ্ড্ৰু য়ুল কোম্পানীৰ অধীনস্থ চাহ বাগিচাৰ শ্ৰমিকসকলে চাৰিটাকৈ দৰমহা নোপোৱাৰ প্ৰতিবাদত এইবাৰ নিৰ্বাচন..
ডিব্ৰুগড়, ২৮ মাৰ্চ (হি.স.)। বিজেপি ৰ বিনোদ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ। চাবুৱা-লাহোৱাল সমষ্টিত বিজেপি ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। তৃতীয়বাৰৰ বাবে বিজেপি দলৰ হৈ প্ৰাৰ্থীত্ত লাভ কৰা বিনোদ হাজৰিকাই ব্যাপক ৰূপত নিজৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে..
মানকাচাৰ, ২৮ মাৰ্চ (হি.স.)। হাটশিঙিমাৰীৰ বাংৰীৰ চৰত উদ্ধাৰ এগৰাকী বৃদ্ধৰ মৃতদেহ ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দিয়া বাহৰ বাণ্ডালত লাগি আছিল অৰ্ধগলিত মৃতদেহটো। পুৱাৰ ভাগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো। মূহুৰ্ত্তৰ ভিতৰত খবৰটো..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha