লংকাত বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি
হোজাই, ২৮ মাৰ্চ (হি.স.)। লংকাত বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি ৷ ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ ; সমষ্টিয়ে সমষ্টিয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ ৷ লংকাত তৃতীয় বাৰৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা শিবু মিশ্ৰই ফিটা কাটি লংকা মণ্ডলৰ অধী
লংকাত বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি


হোজাই, ২৮ মাৰ্চ (হি.স.)। লংকাত বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি ৷ ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ ; সমষ্টিয়ে সমষ্টিয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ ৷ লংকাত তৃতীয় বাৰৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা শিবু মিশ্ৰই ফিটা কাটি লংকা মণ্ডলৰ অধীনত নিৰ্বাচনী মূল কাৰ্য্যালয় মুকলি কৰে ৷ নিৰ্বাচনৰ সকলো কাম-কাজ এই কাৰ্য্যালয়ৰ পৰাই চলাই যাব ৷

বিজেপি দলৰ কেন্দ্ৰীয়ভাৱে লাভ কৰা সকলো খবৰ এই কাৰ্য্যালয়ৰ পৰাই চোৱাচিতা কৰিব ৷ আগন্তুূক ৬ এপ্ৰিলত হোজাই জিলাত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জিলাখন দুটা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈ যি নিৰ্বাচনী প্ৰচাৰ চলাৱ সেই সভাত অংশ গ্ৰহণ কৰাৰ বাবে ৰাইজক আহ্বান জনাই প্ৰাৰ্থী শিবু মিশ্ৰই ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande