৫৯ নং বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল কচুৱাৰ নজৰুল ইছলাম
গোলাঘাট, ২৭ মাৰ্চ (হি.স.)। ৫৯ নং বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল কচুৱাৰ নজৰুল ইছলাম। ৰাইজে যদি আশীৰ্বাদ কৰে সমষ্টিৰ বিভিন্ন সমস্যাৰ বিষয়ে বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ আশ্বাস নজৰুল ইছলামৰ। নাওঁৰ ছবিত ভোট দিব
৫৯ নং বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল কচুৱাৰ নজৰুল ইছলাম


গোলাঘাট, ২৭ মাৰ্চ (হি.স.)। ৫৯ নং বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল কচুৱাৰ নজৰুল ইছলাম।

ৰাইজে যদি আশীৰ্বাদ কৰে সমষ্টিৰ বিভিন্ন সমস্যাৰ বিষয়ে বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ আশ্বাস নজৰুল ইছলামৰ।

নাওঁৰ ছবিত ভোট দিবলৈ আহ্বান বঢ়মপুৰ সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজলৈ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande