টেঙানীত সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বিশাল নিৰ্বাচনী সভা
গোলাঘাট, ২৭ মাৰ্চ (হি.স.)। সৰুপথাৰত তুংগত হৈ পৰিছে শাসক পক্ষৰ নিৰ্বাচনী পচাৰ । সৰুপথাৰত নিৰ্বাচনৰ বতাহজাক শাসক পক্ষৰ ফালে ধাৱমান হৈছে । অখিল গগৈ আৰু কংগ্ৰেছৰ দুৰ্গখ্যাত টেঙানীত সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বিশাল নিৰ্
টেঙানীত সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বিশাল নিৰ্বাচনী সভা


গোলাঘাট, ২৭ মাৰ্চ (হি.স.)। সৰুপথাৰত তুংগত হৈ পৰিছে শাসক পক্ষৰ নিৰ্বাচনী পচাৰ । সৰুপথাৰত নিৰ্বাচনৰ বতাহজাক শাসক পক্ষৰ ফালে ধাৱমান হৈছে । অখিল গগৈ আৰু কংগ্ৰেছৰ দুৰ্গখ্যাত টেঙানীত সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বিশাল নিৰ্বাচনী সভা ।

টেঙানী পঞ্চায়ৰ অন্তৰ্গত কেকুৰি খেলপথাৰ আৰু আহতগুৰি খেলপথাৰত সহস্ৰাধিক লোকৰ উপস্থিতি নিৰ্বাচনী পচাৰ চলায় বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ।উক্ত সভাত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাচা । বিৰুধিক সমালোচনা নকৰি পূৰ্বে কৰা কামৰ খতিয়ান দি ৰাইজৰ কাষত উপস্থিত হৈছো বুলি উল্লেখ কৰে বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে । সৰুপথাৰ সমষ্টিৰ ৰাইজে নিৰ্বাচনক উৎসৱ হিচাপে লৈছে বুলি উল্লেখ কৰিছে প্ৰাৰ্থী গৰাকীয়ে উল্লেখ কৰিছে । ভাষন প্ৰসংগত সৰুপথাৰত বিৰুধীৰ প্ৰাৰ্থী জীৱন চুতীয়াক নিৰ্বাচনৰ বাবে শুভকামনা জনায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande